অসমৰ ১১টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা BJP নেতৃত্বতৰ

ইতিমধ্যেই ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা। জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা চূড়ান্ত হ’ল এই তালিকা। নতুন দিল্লীত বৈঠক উপস্থিতি আছিল প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ, জে পি নাড্ডা, অমিত শ্বাহ আৰু ৰাজনাথ সিং। উল্লেখ্য যে, ইতিমধ্যেই ১১ সমষ্টিৰ বাবে চূড়ান্ত হৈছে প্ৰাৰ্থী তালিকা।

কোনে কোনে ক’ৰ পৰা প্ৰাৰ্থীত্ব কৰিব?

ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থীত্ব কৰিব প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, গুৱাহাটীৰ প্ৰাৰ্থী প্ৰাক্তন মেয়ৰ বিজুলী কলিতা মেধি, কাজিৰঙা সমষ্টিত কামাখ্যা প্ৰসাদ তাছা , যোৰহাটত বৰ্তমানৰ সাংসদ তপন গগৈ, নগাঁৱত বিজেপি প্ৰাৰ্থী সুৰেশ বৰা। আনহাতে, ডিফুত অমৰছিং তিছুৰ প্ৰাৰ্থিত্ব নিশ্চিত, শিলচৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যক প্ৰাৰ্থিত্ব, লখিমপুৰত প্ৰাৰ্থিত্ব পাব প্ৰদান বৰুৱাই, কৰিমগঞ্জত কৃপানাথ মাল্লাকে প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা, তেজপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত, দৰং-ওদালগুৰিত বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *