Author: Sandy

ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ধুমুহাৰ তাণ্ডৱ৷ ধুমুহাৰ ফলত ৰাজ্যৰ ভিন্ন স্থানত বৃহৎ ক্ষয়-ক্ষতি হোৱা পৰিলক্ষিত হৈছে৷ ধুমুহাৰ ফলত গুৱাহাটীৰ সমীপৱৰ্তী গড়ভাঙা বনাঞ্চলত হাহাকাৰ পৰিস্থিতি। প্ৰৱল ধুমুহা-বৰষুণৰ ফলত ঘন বনাঞ্চলখনত আবদ্ধ প্ৰায় শ…

দেশৰ ৫ গৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰত ৰত্ন। আজি দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিছে ভাৰত ৰত্ন

আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে পূৰ্বৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও, চৌধুৰী চৰণ সিং, বিহাৰৰ ভূতপূৰ্ব প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পুৰী ঠাকুৰ আৰু সেউজ বিল্পৱৰ জন্মদাতা এম এছ স্বামীনাথনক মৰোণোত্তৰভাৱে প্ৰদান কৰিলে…

ভাৰতীয় নৌসেনাই উদ্ধাৰ কৰে শুকুৰবাৰে অপহৃত ইৰানী মাছ ধৰা জাহাজ আৰু ইয়াত থকা ২৩ জন পাকিস্তানী নাগৰিকক

ভাৰতীয় নৌসেনাই শুকুৰবাৰে এখন অপহৃত ইৰানী মাছ ধৰা জাহাজ আৰু ইয়াৰ ২৩ জন পাকিস্তানী নাগৰিকক উদ্ধাৰ কৰে। ১২ ঘণ্টাতকৈও অধিক সময়ৰ তীব্ৰ প্ৰচেষ্টাৰ পিচত এই অভিযান সফল হয় বুলি বিষয়াসকলে…

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰী গ’ল বিহাৰৰ চম্পাৰণ

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰী গল বিহাৰৰ মতিহাৰী জিলাক। বাৰে বাৰে বিভিন্ন অপৰাধমূলক ঘটনাক লৈ নাম চৰ্চাত থকা চম্পাৰণত এইবাৰ ৪টাকৈ নৃসংশ হত্যাকাণ্ড। শুকুৰবাৰে পুৱা বিহাৰৰ মতিহাৰী জিলাৰ পাহাৰপুৰ আৰক্ষী থানা…

IPLৰ উজলিল ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ

IPLৰ আজিৰ খেলত উজলিল ৰাজস্থান ৰয়েলছ দলৰ হৈ খেলা ৰিয়ান পৰাগ। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ বিস্ফোৰক ইনিংছ।আই পি এলত ধাৰাবাহিক ব্যৰ্থতাৰ পাছত আজি সুন্দৰ প্ৰদৰ্শন ৰিয়ান পৰাগৰ। ৩৪টা বলতে…

ছত্তীশগড়ৰ বিজাপুৰ জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ছয় নক্সাল নিহত

ছত্তিশগড়ত বুধবাৰে পূৱাৰে পৰা সুৰক্ষা কৰ্মী আৰু নক্সালৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ছত্তিশগড়ৰ বিজাপুৰ জিলাত সংঘটিত হোৱা এই সংঘৰ্ষত ৬ জনকৈ নক্সাল নিহত হৈছে। নিহত সকলৰ ৬ টা মৃতদেহেই উদ্ধাৰ…

আমেৰিকাৰ বাল্টিমোৰত ভয়ংকৰ দুৰ্ঘটনা। ‘ফ্ৰান্সিছ স্কট কি’ নামৰ এখন দলং ভাঙি ব্যাপক হতাহতিৰ সৃষ্টি

আমেৰিকাৰ বাল্টিমোৰত ভয়ংকৰ দুৰ্ঘটনা । ‘ফ্ৰান্সিছ স্কট কি’ নামৰ এই দলঙখন আমেৰিকাৰ এখন বিখ্যাত দলং। এই দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। বহু সংবাদ মাধ্যমৰ দাবী পাটাপস্কো নদীৰ…

বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসী পান্নু

বিবাহপাশত আৱদ্ধ হ’ল বলীউডৰ মোহময়ী অভিনেত্ৰী তাপসী পান্নু ৷ যোৱা ২৩ মাৰ্চত উদয়পুৰত এক গোপন অনুষ্ঠানত সমন্ন হয় তাপসী পান্নুৰ বিবাহ। দীৰ্ঘসময়ৰ প্ৰেমিক তথা বেডমিণ্টন খেলুৱৈ মাথায়াছ বোৰ লগত বিবাহপাশত…

অব্যাহত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ

আম আদমি পাৰ্টীয়ে ৰাজধানী চহৰত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদৰ অংশ স্বৰূপে মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে দলটোৱে । অব্যাহত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ…

‘ইউ পি ব’ৰ্ড অৱ মাদাৰছা এডুকেশ্যন এক্ট ২০০৪’ক অসাংবিধানিক ঘোষণা

‘ইউ পি ব’ৰ্ড অৱ মাদাৰছা এডুকেশ্যন এক্ট ২০০৪’ক ধৰ্মনিৰপেক্ষতাৰ নীতি উলংঘা কৰা বাবে অসাংবিধানিক বুলি ঘোষণা কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। ‘ইউ পি ব’ৰ্ড অৱ মাদাৰছা এডুকেশ্যন এক্ট ২০০৪’ক ধৰ্মনিৰপেক্ষতাৰ নীতি…

Exit mobile version