Author: Sandy

অৱশেষত মুকলি হ’ল বহু প্ৰতীক্ষিত চেলা সুৰংগ

অৱশেষত মুকলি হ’ল বহু প্ৰতীক্ষিত চেলা সুৰংগ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চেলা পাছৰ সুৰংগ ইটানগৰৰ পৰা ভাৰ্ছুৱেলী মুকলি কৰে। অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী…

যোৰহাটৰ হোলোঙাপাৰত নিৰ্মিত মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যোৰহাটৰ হোলোঙাপাৰত নিৰ্মিত মহাবীৰ, আহোম সেনাপতি লাচিত বৰফুকনৰ ১২৫ ফুট উচ্চতাৰ ‘শৌৰ্য প্ৰতিমূৰ্তি’ভাগ উন্মোচন কৰে৷ পৰাক্ৰমী মোগলক ১৭ বাৰকৈ পৰাভূত কৰা আহোমৰ অন্যতম সমৰনায়ক গৰাকীক…

জম্মু-কাশ্মীৰ ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী কাশ্মীৰত উপস্থিত হ’ব বৃহস্পতিবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ পাছত আজি প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী কাশ্মীৰত উপস্থিত…

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষত প্ৰাণ গ’ল ভাৰতীয় যুৱকৰ

ৰাছিয়াৰ সেনা বাহিনীৰ হৈ যুঁজ দি মৃত্যু হায়দৰাবাদৰ মহম্মদ আফছানৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ এতিয়াও অব্যাহত আছে । হাজাৰ হাজাৰ লোক নিহত হৈছে দুয়োখন দেশৰ মাজৰ সংঘৰ্ষত । সাধাৰণ নাগৰিকৰ…

কলকাতাত উদ্বোধন হ’ল দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ মেট্ৰ’ সেৱা

কলকাতাৰ পূৱ-পশ্চিম মেট্ৰ’ৰ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৱাণ্ডাৰ ৱাটাৰ প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে মুঠ ৪ হাজাৰ ৯৬৫ টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কলকাতাত উদ্বোধন কৰিলে দেশৰ প্ৰথমটো আণ্ডাৰ ৱাটাৰ…

ৰাজধানী কঁপাবলৈ দিল্লী অভিমুখে ৰাওনা হৈছে প্ৰতিবাদী কৃষকসকল

দেশৰ ৰাজধানী কঁপাবলৈ দিল্লী অভিমুখে ৰাওনা হৈছে প্ৰতিবাদী কৃষকসকল ৷ কৃষকৰ প্ৰতিবাদৰ বাবে যাত্ৰীসকলে যান-জঁটৰ সন্মুখীন হ’ব পাৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে দিল্লী-হাৰিয়ানাৰ সিংঘু সীমান্তত কৃষকসকলে সমবেত হ’বলৈ…

ৰামেশ্বৰম কেফে বিস্ফোৰণৰ প্ৰসংগত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই মঙলবাৰে ৭ খন ৰাজ্যৰ ১৭ টা স্থানত অভিযান আৰম্ভ কৰিছে

সোমবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই (NIA) ৰামেশ্বৰম কেফে বিস্ফোৰণৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে লস্কৰ-ই-তৈবাৰ(LeT) সন্ত্ৰাসবাদী টি নাছিৰে বেংগালুৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতে দেশত সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। ২০২৩…

১০ মাৰ্চত চাৰি ঘণ্টীয়া দেশজোৰা ‘ৰেল ৰোকো’ অভিযানৰ আহ্বান জনায়

৬ মাৰ্চৰ পৰা ‘দিল্লী চালো’ আৰু ১০ মাৰ্চত ‘ৰেল ৰোকো’ দেওবাৰে কৃষক নেতা সৰৱান সিং পান্ধেৰ আৰু জগজিৎ সিং দলেৱালে কৃষকৰ বিভিন্ন দাবী সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি সমগ্ৰ…

হিমাচল প্ৰদেশৰ তুষাৰপাত উপভোগ কৰিবলৈ গৈ প্ৰচণ্ড তুষাৰপাতৰ ফলত আবদ্ধ হৈছে পৰ্যটক

হিমাচল প্ৰদেশৰ তুষাৰপাত উপভোগ কৰিবলৈ গৈ আবদ্ধ হৈছে পৰ্যটক। প্ৰচণ্ড তুষাৰপাতৰ ফলত বন্ধ হৈ পৰিছে বহুকেইটা গুৰুত্বপূৰ্ণ পথ। এনে পৰিস্থিতিত পৰ্যটক তথা স্থানীয় লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । তুষাৰপাতৰ…

ঝাৰখণ্ড এগৰাকী স্পেনিছ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ

ঝাৰখণ্ড এগৰাকী স্পেনিছ মহিলাক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে। শুকুৰবাৰে নিশা ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত হয় এই ঘটনা। জানিব পৰা মতে, স্পেইনৰ মহিলাগৰাকী আৰু তেওঁৰ স্বামী স্পেইনৰ পৰা ভাৰতলৈ ফুৰিবলৈ…

Exit mobile version