Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078
দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন - SirWiz News
Deprecated: Function is_staging_site is deprecated since version 3.3.0! Use in_safe_mode instead. in /home/u862694509/domains/sirwiznews.com/public_html/wp-includes/functions.php on line 6078

নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল CAA

দেশজুৰি বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে জাৰি কৰিলে অধিসূচনা। নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল নাগৰিকত্ব সংশোধনী আইন। নিৰ্বাচনৰ পূৰ্বে বলৱৎ হ’ল CAA। ২০১৯ চনত গৃহীত হৈছিল নাগৰিকত্ব সংশোধনী আইন।

এতিয়াৰে ৩খন দেশৰ শৰণাৰ্থীয়ে ভাৰতত পাব নাগৰিকত্ব। ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা লোকে লাভ কৰিব নাগৰিকত্ব। বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, খ্ৰীষ্টিয়ান আৰু পাৰ্চী লোকে লাভ কৰিব নাগৰিকত্ব। ২০১৪ৰ ৩১ ডিচেম্বৰৰ পাছত অহা লোকে নাপাব এই সুবিধা।

ভাৰতলৈ শৰণাৰ্থী হিচাপে আহিলে তেনে লোকে পাব নাগৰিকত্ব। ইতিমধ্যে ভাৰতত শৰণাৰ্থী হিচাপে থকাসকলেও লাভ কৰিব নাগৰিকত্ব। নাগৰিকত্বৰ বাবে প’ৰ্টেলত আবেদন কৰিব পাৰিব। ইয়াৰ বাবে তৈয়াৰ কৰা হ’ব এটা পৃথক প’ৰ্টেল। অনলাইনযোগে জনাব পাৰিব নাগৰিকত্বৰ আবেদন।

By Sandy

Leave a Reply

Your email address will not be published. Required fields are marked *